যেনেকৈ মানুহে গৰ্ভত শুনা মাতৃৰ মাতৰ দ্বাৰা শান্তি আৰু সান্ত্বনা পায়, তেনেকৈ ঈশ্বৰৰ সন্তানসকলেও মাতৃ ঈশ্বৰৰ মাত শুনি আধ্যাত্মিক শান্তি পাব।
প্ৰায় ২০০০ বছৰ আগতে কেৱল যীচুৱে কৈছিল, “যিকোনোয়ে মোৰ ওচৰলৈ আহক আৰু জীৱনৰ পানী গ্ৰহণ কৰক” কিন্তু পবিত্ৰ আত্মাৰ যুগত খ্ৰীষ্ট আনচাংহং জি আৰু মাতৃ ঈশ্বৰে একেলগে পৰিত্ৰাণৰ শব্দ প্ৰচাৰ কৰে।
খ্ৰীষ্ট আনচাংহং জি কৈছিল, “যিহোচূৱাই মোচিৰ অনুসৰণ কৰে, ইলীচাই এলিয়াক অনুসৰণ কৰে, পিতৰে যীচুৰ অনুসৰণ কৰে, আৰু মই মাতৃৰ অনুসৰণ কৰো।”
কাৰণ মানৱ জাতিয়ে মাতৃ ঈশ্বৰৰ মাত শুনি পৰিত্ৰাণ পাব পাৰে।
আত্মা আৰু কন্যাই কয় “আহা!” আৰু যি জনাই শুনে, তেওঁ কয়, “আহা!” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক।
প্ৰকাশিত বাক্য ২২:১৭
যিদৰে মাতৃয়ে নিজৰ সন্তানক সুখ দিয়ে, সেইদৰে মই তোমালোকক সুখ দিম; আৰু তোমালোকে জেৰুচালেমত সুখ পাবা।
যিচয়া ৬৬:১৩ পদ
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy